NRCৰ ওজৰ-আপত্তি দাখিলৰ সময়সীমা বৃদ্ধি - Barak Bangla News

Breaking

Dec 12, 2018

NRCৰ ওজৰ-আপত্তি দাখিলৰ সময়সীমা বৃদ্ধি



১৫ দিনৰ বাবে বৃদ্ধি কৰা হ’ল সময়সীমা
৩১ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব আৱেদন 
ৰাজ্য চৰকাৰে বিচাৰিছিল এমাহৰ সময়সীমা
ন্যায়ালয়ে দিলে অতিৰিক্ত ১৫ দিনৰ সময়
ৰঞ্জন গগৈৰ বিচাৰপীঠে আজি দিলে এই ৰায়
এতিয়াৰ পৰা জিলাসমূহতো দাখিল কৰিব পাৰিব ওজৰ-আপত্তি

No comments: