- জালুকবাৰী সমষ্টিৰ বেজেৰা জিলা পৰিষদত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী।
- সমষ্টিটোত বিজেপি প্ৰাৰ্থী অনিলচন্দ্ৰ ডেকা।
- কংগ্ৰেছৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে বিজেপিৰ।
- ১৬৫ভোটত আগবাঢ়ি আছে ডেকা।
- আনহাতে গাঁও পঞ্চায়তৰ সদস্য পদ দখল কৰিছে বিজেপিয়ে।
Dec 13, 2018

Home
Unlabelled
জালুকবাৰী সমষ্টিৰ বেজেৰাত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি
জালুকবাৰী সমষ্টিৰ বেজেৰাত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি
Share This

About Admin
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment