তেজপুৰত বিজেপিৰ ছুনামী! বিধ্বস্ত ৰিপুন বৰা, নিজ গাঁও পঞ্চায়ততে হাৰিল কংগ্ৰেছ - Barak Bangla News

Breaking

Dec 13, 2018

তেজপুৰত বিজেপিৰ ছুনামী! বিধ্বস্ত ৰিপুন বৰা, নিজ গাঁও পঞ্চায়ততে হাৰিল কংগ্ৰেছ


  • নিজ গাঁৱতেই ৰিপুন বৰাৰ ভেটি ৰক্ষা নহ’ল।
  • সোলেঙি গাঁও পঞ্চায়তত পৰাজয় কংগ্ৰেছৰ।
  • বিজেপিৰ দখললৈ গ’ল সোলেঙি গাঁও পঞ্চায়ত।
  • এতিয়ালৈকে গহপুৰত এখনো পঞ্চায়ত লাভ কৰা নাই কংগ্ৰেছে।
  • ৰিপুন বৰাৰ গৃহ সমষ্টি গহপুৰত বিজেপিৰ ছুনামী।
  • অস্তিত্ব শূন্য কৰি পেলাইছে কংগ্ৰেছৰ।
  • আনকি নিজ গাঁও পঞ্চায়ততে জিকাব নোৱাৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীক।
  • প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ জ্যেষ্ঠ ভাতৃও পৰাস্ত হৈছিল এই নিৰ্বাচন।
  • গাঁও পঞ্চায়তৰ সভাপতিপদত তেজপুৰত প্ৰতিদ্বন্দ্বিতা কৰিছিল শশধৰ বৰাই।
  • কংগ্ৰেছ শূণ্য হ’ল বিহালী।

No comments: