বৰাক উপত্যকাৰ শেহতীয়া নিৰ্বাচনী ফলাফল - Barak Bangla News

Dec 13, 2018

demo-image

বৰাক উপত্যকাৰ শেহতীয়া নিৰ্বাচনী ফলাফল

VVVVVVVVV

 হাইলাকান্দি
হাইলাকান্দিত মুঠ জিলা পৰিষদৰ সদস্য সংখ্যা ১১।
ফলাফল ঘোষিত জিলা পৰিষদৰ সদস্য সংখ্যা ১১।
এআইইউডিএফৰ ৬জন সদস্য নিৰ্বাচিত হৈছে জিলা পৰিষদলৈ।
বিজেপিৰ ৪জন সদস্য নিৰ্বাচিত হৈছে জিলা পৰিষদলৈ।
অগপৰ নিৰ্বাচিত হৈছে এজন সদস্য।
এআইইউডিএফে গঠন কৰিব জিলা পৰিষদ।
• কৰিমগঞ্জ
কৰিমগঞ্জত জিলা পৰিষদৰ সদস্য সংখ্যা ২০।
কংগ্ৰেছৰ ৯জন সদস্য নিৰ্বাচিত হৈছে জিলা পৰিষদলৈ।
বিজেপিৰ নিৰ্বাচিত সদস্য সংখ্যা ৬।
এআইইউডিএফৰ ২জন সদস্য নিৰ্বাচিত হৈছে জিলা পৰিষদলৈ।
৩টা জিলা পৰিষদৰ ফলাফল ঘোষণা কৰিবলৈ এতিয়াও বাকী।
• কাছাৰ
কাছাৰত মুঠ জিলা পৰিষদৰ সদস্য সংখ্যা ২৭।
ইয়াৰে ১৪টা জিলা পৰিষদৰ ভোটগণনা চলি আছে।
৮টা জিলা পৰিষদত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী।
৫টাত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী।
এটাত আগবাঢ়ি আছে নিৰ্দলীয় প্ৰাৰ্থী।

Pages

Contact Form

Name

Email *

Message *