হোজাই জিলাত কি ফলাফল? - Barak Bangla News

Breaking

Dec 13, 2018

হোজাই জিলাত কি ফলাফল?

হোজাই জিলাৰ জিলা পৰিষদৰ নিৰ্বাচনী ফলাফল-


  • ৰাজবাৰী- বিজেপি প্ৰাৰ্থী জয়ী।
  • পদুমপুখুৰী- বিজেপি প্ৰাৰ্থী জয়ী।
  • ইছলামনগৰ- এ আই ইউ ডি এফ প্ৰাৰ্থী জয়ী।
  • ভালুকমাৰী- বিজেপি প্ৰাৰ্থী জয়ী।
  • কাকীঃ কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী।
  • ৰানীপুখুৰী- বিজেপি প্ৰাৰ্থী জয়ী।
  • লামডিং- বিজেপি প্ৰাৰ্থী জয়ী।
  • নীলবাগান- কংগ্ৰেছ প্ৰাৰ্থী জয়ী।
  • মোৰাঝাৰ- কংগ্ৰেছ প্ৰাৰ্থী জয়ী।
  • উদালি- কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী।
  • ডবকা- ফলাফল ওলোৱা নাই।
  • চৌধুৰীবজাৰ- কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী।

No comments: