কাছাৰ জিলাৰ ফলাফল, Updates 9.30 AM - Barak Bangla News

Breaking

Dec 14, 2018

কাছাৰ জিলাৰ ফলাফল, Updates 9.30 AM

কাছাৰ জিলাত এইপৰ্যন্ত জিলা পৰিষদৰ ২৭খন আসনৰ ভিতৰত বিজেপিয়ে ৯খন আৰু কংগ্ৰেছে লাভ কৰিছে ৬খন। বাকী আসনৰ ফলাফল ঘোষণা হ’বলৈ এতিয়াও বাকী। মুঠ ১৬২টা গাঁও পঞ্চায়তৰ সভাপতি পদৰ ভিতৰত বিজেপিয়ে ৬৪টা, কংগ্ৰেছে ৪৪টা, অগপই এটা, AIUDF-এ এটা, নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিছে ১১টা পদ আৰু অন্যান্যই পাইছে এটা পদ। ১৬২টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ৬৮টাত বিজেপি, ৪২টাত কংগ্ৰেছ আৰু ১০টাত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে। মুঠ ১৬২০টা গাঁও পঞ্চায়তৰ সদস্য পদৰ ভিতৰত এইপৰ্যন্ত বিজেপিয়ে ৫২৮টা, কংগ্ৰেছে ৪১৯টা, অগপই ৭টা, AIUDF-এ ১৫টা, নিৰ্দলীয় প্ৰাৰ্থীয়ে ১৯৮টা আৰু অন্যান্যই ২টা দখল কৰিছে।

No comments: