কৰিমগঞ্জত কংগ্ৰেছ-বিজেপি বিধায়কৰ সমৰ্থকৰ মাজত খণ্ডযুদ্ধ - Barak Bangla News

Breaking

Dec 12, 2018

কৰিমগঞ্জত কংগ্ৰেছ-বিজেপি বিধায়কৰ সমৰ্থকৰ মাজত খণ্ডযুদ্ধ

  • কৰিমগঞ্জত দুই বিধায়কৰ সমৰ্থকৰ মাজত সংঘৰ্ষ।
  • ভোটগণনা কেন্দ্ৰৰ সমীপতে হতাহতিত লিপ্ত হ’ল সমৰ্থকসকল।
  • পাথাৰকান্দি আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক-সমৰ্থকৰ মাজত এই সংঘৰ্ষ।
  • বৃহৎ আৰক্ষী দলে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা কৰিবলগা হয় আৰক্ষীয়ে।

No comments: