কৰিমগঞ্জ, দৰং, বঢ়মপুৰত অগপ-বিজেপি-কংগ্ৰেছৰ নিৰ্বাচনী যুঁজ - Barak Bangla News

Breaking

Dec 13, 2018

কৰিমগঞ্জ, দৰং, বঢ়মপুৰত অগপ-বিজেপি-কংগ্ৰেছৰ নিৰ্বাচনী যুঁজ

  • কৰিমগঞ্জৰ পাথাৰকান্দি জিলা পৰিষদত বিজেপি প্ৰাৰ্থী শান্তিলাল সিংহ জয়ী।
  • কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰতাপ সিংহক পৰাস্ত কৰি জয়ী বিজেপি প্ৰাৰ্থীগৰাকী।
  • দৰং জিলাৰ ৰঙামাটি জিলা পৰিষদ বিজেপিৰ দখলত।
  • বিপুল ভোটত জয়ী বিজেপি প্ৰাৰ্থী দুৰ্লভ শৰ্মা।
  • বঢ়মপুৰৰ কাটনি গাঁও পঞ্চায়ত অগপৰ দখলত।
  • সভাপতি পদত জয়ী জুণ্টি হাজৰিকা আৰু আঞ্চলিক সদস্য পদত জয়লাভ ৱাহিদা আতিফা বেগমৰ।
  • ৱাৰ্ড সদস্য পদৰ ৬টাত অগপ, তিনিটাত কংগ্ৰেছ আৰু এটাত বিজেপিৰ জয়লাভ।
  • ধুবুৰীৰ পুঠিমাৰী জিলা পৰিষদৰ ১৩১নং ফলিমাৰী-কৃষ্ণকলি গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ জয়লাভ।
  • আঞ্চলিক পঞ্চায়ত সদস্য পদতো জয়লাভ বিজেপি প্ৰাৰ্থীৰ।
  • সভাপতি পদত লালদেৱ সায়মা আৰু আঞ্চলিক সদস্য পদত জয়ী হৈছে মমতাজ বেগম।
  • পঞ্চায়তখনৰ ১০টা পঞ্চায়ত সদস্য পদৰ ৬টাত বিজেপি, ৩টাত কংগ্ৰেছ আৰু এটাত এ আই ইউ ডি এফৰ প্ৰাৰ্থী জয়ী।
  • আনহাতে, ধুবুৰীৰ উত্তৰ গেৰামাৰী জিলা পৰিষদত কংগ্ৰেছৰ হুছেইন নছফিকা বিজয়ী।

No comments: