কোনে মাৰিব শেষ হাঁহি? বিজেপি, অগপ নে কংগ্ৰেছ…? সন্ধিয়ালৈকে Updates - Barak Bangla News

Breaking

Dec 12, 2018

কোনে মাৰিব শেষ হাঁহি? বিজেপি, অগপ নে কংগ্ৰেছ…? সন্ধিয়ালৈকে Updates

  • ঝাৰগাঁও গাঁও প়়ঞ্চায়তৰ সভাপতি পদত বিজেপিৰ লক্ষীমাই কেলেং  বিজয়ী ৷
  • বটদ্ৰৱাৰ টুকটুকী গাওঁ পঞ্চায়তৰ সভাপতি পদৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল হক বিজয়ী ।
  • ৰূপহীহাটৰ বৰঘাট গাঁও পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছ দলৰ মাহমুদা বেগমৰ জয়লাভ।
  • ইফালে মাহগুৰি গাঁও পঞ্চয়টো কংগ্ৰেছৰ বিজয় ।
  • বঢ়মপুৰত বিধ্বস্ত অগপৰ ভেটি। বঢ়মপুৰৰ বৰবাৰীৰ পিছত কন্দলি পঞ্চায়ততো বিজেপিৰ জয়যাত্ৰা।
  • কন্দলি পঞ্চায়তত ১০ টা ৱাৰ্ড দখল বিজেপিৰ। সভাপতি পদত জয়লাভ বিজেপিৰ ৰিতা টাচা।
  • আঞ্চলিক সদস্য পদত জয়লাভ বিজেপিৰ জিতামণি দলে।
  • বঢ়মপুৰ বেঙেনাআটি পঞ্চায়তৰ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী হবিবুল ইদ্ৰীছ চৌধুৰী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যা জুস্মিতা শইকীয়া জয় লাভ ।
  • দক্ষিণ শালমাৰা মানকাচৰ জিলাত ৩ টা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফৰ কাউন্সিলাৰ আগবাঢ়ি আছে ।
  • ৩ টা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফৰ সভাপতি আগবাঢ়ি আছে ।
  • পানকাটা গাওঁ পঞ্চায়তত অগপৰ সভাপতি প্ৰাৰ্থী আগবাঢ়ি আছে ।
  • দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা পৰিষদত সুখচৰ, ফেকামাৰী, কালাপানী,কাকৰিপাৰাত এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকল আগবাঢ়ি আছে
  • ১ নং কাকৰিপাৰা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফৰ সভানেত্ৰী প্ৰাৰ্থী ৰেহেলা খাতুনৰ জয়লাভ ।
  • ১ নং জগৰাৰচৰ গাওঁ পঞ্চায়তৰ কাউন্সিলাৰ এ আই ইউ ডি এফৰ সদস্যা ফৌজী বেগমৰ জয়লাভ।
  • ফুলেৰচৰ গাওঁ পঞ্চায়তৰ নিৰ্দলীয় সভানেত্ৰী প্ৰাৰ্থী মাৰ্জিয়ানা বেগমৰ জয়লাভ ।
  • ফুলেৰচৰ গাওঁ পঞ্চায়তৰ কংগ্ৰেছৰ কাউন্সিলাৰ প্ৰাৰ্থী ছকিনা খাতুনৰ জয়লাভ ।
  • ১৬ নং ভুৰাকাটা গাওঁ পঞ্চায়তৰ এ আই ইউ ডি এফৰ সভানেত্ৰী প্ৰাৰ্থী ৰুকছানা ফাৰাজীৰ জয়লাভ ।
  • আঞ্চলিক পঞ্চায়তৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী মহম্মদ আলীৰ জয়লাভ ।
  • পানকাটা গাওঁ পঞ্চায়তৰ অগৰ সভানেত্ৰী প্ৰাৰ্থী ৰশিদা হাজংৰ জয়লাভ ।
  • আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপিৰ আনাৰুলৰ জয়লাভ ।
  • তেজপুৰৰ পাঁচমাইল গাঁও পঞ্চায়ত সভাপতি পদ কংগ্ৰেছৰ দখলত। আমিনুল ইছলাম জয়যুক্ত।
  • বিন্দুকুৰি গাঁও পঞ্চায়তত ৬ বিজেপি, ৩ কংগ্ৰেছ আৰু এজন অগপ গাওঁসভাৰ সদস্য নিৰ্বাচিত হৈছে৷
  • সভাপতি পদত বিজেপিৰ কমল ৰহিদাস আৰু আঞ্চলিক সদস্য চুমি দাস বিজয় হৈছে।
  • উত্তৰ বেতবাৰী গাঁও পঞ্চায়ত সভাপতি পদত জয়লাভ কংগ্ৰেছৰ ইয়াচমিনাৰা খাতুনৰ।
  • আঞ্চলিক পঞ্চায়ত কংগ্ৰেছৰ টংকেশ্বৰ আৰ্য বিজয়ী।
  • বঙাইগাঁও জিলাৰ ঝাউবাৰী পঞ্চায়তৰ সভাপতি হিচাপে অগপৰ হিমা পাটগিৰিৰ জয়লাভ।
  • বঙাইগাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য নিভা নাথ জয়ী।
  • বঙাইগাঁও জিলাৰ পোপৰাগাঁও পঞ্চায়তৰ সভাপতি অগপৰ অশোক কুমাৰ দেৱ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য অগপৰ ঘনকান্ত বৰ্মনৰ জয়লাভ।
  • গোলাঘাট বিধান সভা সমষ্টিৰ ৰতনপুৰ গাঁও পঞ্চায়ত কংগ্ৰেছৰ দখলত। কংগ্ৰেছৰ সভাপতি পদত জয়ী গণেশ সেনাপতি।
  • আ়ঞ্চলিক পঞ্চায়তৰ সদস্য কংগ্ৰেছৰ প্ৰশান্ত হাজৰিকাৰ জয়লাভ।
  • বঢ়মপুৰত বিধ্বস্ত অগপৰ ভেটি। বঢ়মপুৰৰ বৰবাৰীৰ পিছত কন্দলি পঞ্চায়ততো বিজেপিৰ জয়যাত্ৰা।
  • কন্দলি পঞ্চায়তত ১০টা ৱাৰ্ড দখল বিজেপিৰ। সভাপতি পদত জয়লাভ বিজেপিৰ ৰীতা টাচাৰ আৰু আঞ্চলিক সদস্য পদত জয়লাভ বিজেপিৰ জিতামণি দলেৰ।
  • গোৱালপাৰাৰ কলশাভাঙ্গা গাঁও পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছ প্ৰাৰ্থী ৰুমীয়া বেগমৰ জয়লাভ। গোৱালপাৰাৰ ৰংজুলিত সভাপতি পদত ৰাভা হাচং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী স্বপ্না ৰাভা জয়ী।
  • মাজুলী গড়মূৰ গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ জয় লাভ। স্বপ্না কাকতি বিপুল ভোটত জয়লাভ কৰে
  • দৰঙৰ লোকৰাই গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ কুমাৰ চন্দ্ৰ নাথ আৰু বোনমাঝা গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ উদ্ধৱ ডেকাৰ জয়লাভ।
  • বৰপেটাৰ কদমতলা গাঁও পঞ্চায়ত সভাপতি পদত এ আই ইউ ডি এফৰ আনোৱাৰ হুছেইন আৰু আঞ্চলিক সদস্য পদত এ আই ইউ ডি এফৰৰ আৰ্জিনা খাতুন নিশ্চিত বিজয়ৰ দিশে আগবাঢ়ি আছে।
  • কলিয়াবৰ দ্বাৰ আৰু বাগৰি জিলা পৰিষদৰ অন্তৰ্গত কুঠৰী গাঁও পঞ্চায়ত কংগ্ৰেছৰ দখলত।
  • গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ী।
  • ৯ পঞ্চায়ত সদস্যৰ ভিতৰত ৭টা কংগ্ৰেছৰ দখলত।
  • জাগীৰোডৰ মায়ং গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থীৰ জয়লাভ আৰু বিজেপি প্ৰাৰ্থী দীপক শইকীয়াৰ জয়।
  • নুমলীগড়ত ১০ টা ৱাৰ্ডত ৱাৰ্ড সদস্য বিজেপি দখলত।
  • ৰকিবুল হুচেইনৰ গৃহ পঞ্চায়ত চামগুৰিৰ আমলখী গাঁও পঞ্চায়তৰ ফলাফলঃ
    ৱাৰ্ড মেম্বাৰঃ বিজেপি-১০
    কংগ্ৰেছ- 0
    অগপ- 0
    সভাপতি- বিজেপি (সোনালী বেহেৰা)
    আঞ্চলিক সদস্য- বিজেপি (ৰাজু চবৰ)
  • বিশ্বনাথ জিলাৰ কুমলীয়া গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কংগ্ৰেছ দলৰ মিছ মফিদা খাতুন।

No comments: